
এক সংবাদমেলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি চৰকাৰক সমালোচনা কৰাৰ পিছতে৷ এইবাৰ ৰাজ্যিক বিজেপিয়ে উভতি ধৰিলে সভাপতি বৰাক৷ৰাজ্যিক বিজেপিয়ে উল্লেখ কৰে যে তিহাৰ জেলৰ ফেৰৎ ৰিপুন বৰাই বিজেপি দল তথা চৰকাৰক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷কংগ্ৰেছ দলৰ ১৫বছৰীয়া অপশাসনৰ কথা অসমৰ জনসাধাৰনে জানে৷