skip to Main Content

অমিত শ্বাহ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়চোৱাতে অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ।

অমিত শ্বাহ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়চোৱাতে অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ।কেইবাস্থানটো নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।পুৱাৰ ভাগত পুঞ্চ আৰু শেহতীয়াকৈ চপিয়ানত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।চপিয়ানত হোৱা সংঘৰ্ষত মৃত্যু হৈছে ১গৰাকী নাগৰিকৰ।চি আৰ পি এফ টীমৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছিল আক্ৰমণ।

Back To Top