skip to Main Content

অশোক শইকীয়াৰ জামিন মঞ্জুৰ


অশোক শইকীয়াৰ জামিন মঞ্জুৰ।বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।ঋণ পৰিশোধ কৰা পত্ৰ বেংকৰ পৰা লাভ কৰাৰ পিছতে জামিন মঞ্জুৰ।এছকাৰ্ড বেংকৰ ঋণ অনাদায় গোচৰত গ্ৰেপ্তাৰ কৰিছিল শইকীয়াক।বেংকৰ ৯ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।ঋণ পৰিশোধ কৰা বুলি আদালতত পত্ৰ এছকাৰ্ড বেংকৰ।পুনৰ মঙলবাৰে আদালতত শুনানি হ’ব এই গোচৰৰ।

Back To Top