skip to Main Content

অসমত পুনৰ নাটনি হ’ব পাৰে ৰন্ধন গেছৰ।

আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ অসম এল.পি.জি ট্ৰেন্সপ’ৰ্টাৰৰ ধৰ্মঘট। এল.পি জি চিলিণ্ডাৰ কঢ়িয়াই নিয়াৰ নিবিদা বাতিল কৰাৰ বাবে অনুষ্ঠিত হৈছে এই ধৰ্মঘট কাৰ্যসূচী। উত্তৰ গুৱাহাটী, শিলচৰ, দুলিয়াজনকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ধৰ্মঘটৰ সমৰ্থনত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এল.পি.জি প্লাণ্ট।

Back To Top