skip to Main Content

অসমীয়াৰ জাতীয় আৱেগক লৈ ৰাজনীতিৰ কৰাৰ অধিকাৰ নাই:লক্ষ্য কোঁৱৰ।


লক্ষ্য কোঁৱৰ সংবাদমেল। মাজুলীৰ নিৰ্বাচনত AIUDFৰ অজাপ ক সমৰ্থন কৰিছে।ইয়াক আমি সহজ ভাৱে লব নোৱাৰো।আন্দোলনৰ মাজেৰে জন্ম অজাপই কৈছিল অসমীয়াৰ পক্ষত থকা এটা দল অজাপ।ৰাষ্ট্ৰীয় দল,সাম্প্ৰদায়িক দলৰ লগত নাযায়।কিন্তু এতিয়া উপনিৰ্বাচনত খেলিব।অসমৰ সত্ৰ বেদখলৰ মূল নায়ক AIUDF । তেঁওলোকৰ লগতে এতিয়া মিত্ৰতা কৰিছে।তেঁওলোকে মাজুলী বাসীক অপমান কৰাৰ অধিকাৰ নাই।

Back To Top