skip to Main Content

অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক ভায়’লেট বৰুৱা

  • Assam

অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে পদোন্নতি আইপিএছ বিষয়া ভায়’লেট বৰুৱাক । যোৱা গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতি পদকেৰে সন্মানিত হৈছিল বৰুৱা। অসমৰ প্ৰথম মহিলা উপ মহাপৰিদৰ্শকৰ লগতে বড়ো চুক্তিৰ পিছত বিটিআৰৰো প্ৰথম উপ মহাপৰিদৰ্শক আছিল ভায়’লেট বৰুৱা ।

Back To Top