skip to Main Content

অসমৰ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়ালৈ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ বঁটা

  • Assam

অসমৰ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়ালৈ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা। এই বঁটা হৈছে ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান। বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সাতটা শাখাত প্ৰদান কৰা এই বঁটা ড° শইকীয়াই ‘‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান’’ শাখাত লাভ কৰিছে। এই সন্মানে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত অধ্যয়ন আৰু গৱেষণাৰ দিশত অসমৰ নতুন প্ৰজন্মক আগবঢ়াই নিয়াত অৰিহণা যোগাব।

Back To Top