skip to Main Content

অসম আৰক্ষীয়ে মুকলি কৰিলে দুটাকৈ হেল্পলাইন নম্বৰ


যিকোনো বিপদৰ সময়ত অসম আৰক্ষীক যোগাযোগৰ বাবে মুকলি কৰিলে দুটকৈ হেল্পলাইন নম্বৰ।যিকোনো বিপদত মহানগৰ আৰক্ষীক যোগাযোগ কৰিব পাৰিব।নম্বৰ দুটা হৈছে-60269-01246,60269-01247।যিকোনো জৰুৰীকালীন সময়ত তথা যিকোনো বিপদৰ সময়ত ফোন কৰিলে আপোনাৰ কাষত থিয় দিব মহানগৰ আৰক্ষী।

Back To Top