skip to Main Content

অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় সংবাদমেল


অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় এক সংবাদমেল।লিখিত পৰীক্ষাৰ চেন্টাৰ আছিল মুঠ ৩৩টা,লগতে মহিলা পুলিচৰ সংখ্যা যাতে বাহে সেইতোৰ ওপৰতো তেখেতে মন্তব্য প্ৰকাশ কৰে।অসম পুলিচৰ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেখেতে মন্তব্য প্ৰকাশ কৰে।অসম পুলিচে ৰাষ্ট্ৰপতিৰ নিচান পাবৰ বাবে সক্ষম হোৱাত গৌৰাম্বিত অনুভৱ কৰে।

Back To Top