skip to Main Content

অৱশেষত উদ্ধাৰ হ’ল ডাঃ বিক্ৰমজিত্‍ বৰুৱাৰ মৃতদেহ।

  • Assam


৬দিনৰ অন্তত বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে SDRF আৰু NDRFএ।নিমাতীৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল বিক্ৰমজিত্‍ বৰুৱা। মাজুলীৰ দক্ষিণ আঁহতগুৰিত উদ্ধাৰ হৈছে বিক্ৰমজিতৰ মৃতদেহ।ক’লা টি-ছাৰ্ট পৰিহিত অৱস্থাত
উদ্ধাৰ বিক্ৰমজিত্‍ বৰুৱাৰ মৃতদেহটো।

Back To Top