skip to Main Content

অৱশেষত পত্ৰৰে ক্ষমা বিচাৰিলে অধীৰ ৰঞ্জন চৌধুৰীয়ে

ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপত্নী বুলি অভিহিত কৰি বিতৰ্কৰ মাজলৈ আহিছিল সাংসদ অধীৰ ৰঞ্জন চৌধুৰী। লগে লগে চৌদিশে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰিলে। অৱশেষত পত্ৰ লিখি ক্ষমা প্ৰাৰ্থনা বিচাৰিলে সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে।

Back To Top