skip to Main Content

আকৌ নতুন SOP।কি কি আছে নতুন SOPত


কাইলৈৰ পৰা অসমত নতুন SOP।নতুন SOP অনুসৰি অষ্টম শ্ৰেণীলৈকে বন্ধ পাঠদান।নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ ৰোটেশ্যন ৱাইছ পাঠদান চলিব।ক’ভিডৰ দ্ৰুত সংক্ৰামণৰ বাবে দিয়া হৈছে এই নতুন SOP। সান্ধ্য-আইনৰ সময়সীমা ১০ৰ পৰা ৬টা লৈকে। বেলেগ একো সাল-সলনি কৰা নাই নতুন SOPত।

Back To Top