skip to Main Content

আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে Precaution Dose


আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে Precaution Dose।ফ্ৰণ্টলাইন ৱৰ্কাৰ, জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হ’ব এই বিশেষ ভেকচিন।দ্বিতীয় পালি লোৱাৰ ৯ মাহ হ’লেহে ল’ব পাৰিব সুৰক্ষামূলক পালি।কোভিডত আক্ৰান্ত হোৱা সকলৰ আৰোগ্যৰ ৩ মাহ হোৱাৰ পাছত হে ল’ব লাগিব। সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব এই ভেকচিন।

Back To Top