skip to Main Content

আজি অটল বিহাৰী বাজপেয়ীৰ জন্মদিন,দীঘলীপুখুৰী পাৰত ‘সুশাসন দিৱস’ পালন…

আজি ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ৷সমগ্ৰ দেশৰ লগতে বাজপেয়ীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰতো অনুষ্ঠিত কৰা হয় বিশেষ কাৰ্যসূচীৰ।বিজেপি, অসম প্ৰদেশৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলাৰ সহযোগত দীঘলীপুখুৰীপাৰত অনুষ্ঠিত কৰা হয় ‘সুশাসন দিৱস’৷

Back To Top