skip to Main Content

আজি অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ কণিষ্টবলৰ লিখিত পৰীক্ষা।


আজি অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ কণিষ্টবলৰ লিখিত পৰীক্ষা।অসম আৰক্ষীৰ ৯,০১৭টা পদৰ বাবে অনুষ্ঠিত হ’ল লিখিত পৰীক্ষা।কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ’ল পৰীক্ষা।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত আছিল জামাৰ।জামাৰৰ জৰিয়তে পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে থকা মোবাইল নেটৱৰ্ক বিকল কৰা হৈছিল।ছেবা আৰু অসম-আৰক্ষীয়ে যুতীয়া ভাৱে অনুষ্ঠিত কৰিছে এই পৰীক্ষা।

Back To Top