skip to Main Content

আজি অনুষ্ঠিত হয় গান্ধী পেনোৰমা ২০২২ ৰ চলচিত্ৰ মহোৎসৱ

আজি কটনৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গান্ধী পেনোৰমা চলচিত্ৰ মহোৎসৱ ২০২২। বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰে ৰাজ্যপাল জগদ্বীশ মুখীয়ে।মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে নিৰ্মিত চলচিত্ৰ সমূহ প্ৰদৰ্শিত হ’ব এই মহোৎসৱত। নৱ প্ৰজন্মক মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে অনুপ্ৰাণিত কৰাৰ বাবে এই প্ৰয়াস।

Back To Top