skip to Main Content

আজি অসমত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক


ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়া আজি দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হয়। দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত সকলো কোষৰ আহ্বায়ক, সহ-আহ্বায়ক সকলৰ সৈতে বৈঠক মিলিত হয়।তাৰ পাছত আন এখন বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী,মন্ত্ৰী আৰু বিধায়ক সকলে।

Back To Top