skip to Main Content

আজি গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ,ঠায়ে ঠায়ে ভোটাৰৰ ক্ৰমিত নম্বৰকলৈ বিসংগতি


আজি গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। পিছে ঠায়ে ঠায়ে ভোটাৰৰ ক্ৰমিত নম্বৰকলৈ বিসংগতি হোৱাও পৰিলক্ষিত হৈছে।ভোটকেন্দ্ৰৰ তালিকাৰ সৈতে মিল নাই ৰাজনৈতিক দলে দিয়া তালিকাৰ। জিলা নিৰ্বাচনী বিষয়াই প্ৰদান কৰা তালিকাত ধৰা পৰিছে এনে বিসংগতি। ফলত  ভোটৰ ক্ৰমিক নম্বৰ সমস্যাক লৈ বহুতে দিব পৰা নাই ভোট।

Back To Top