skip to Main Content

আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি হ’ল নতুন কেৱ সেৱা উল্টা কেৱ(Oolta Cab)


আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি হ’ল নতুন কেৱ সেৱা উল্টা কেৱ(Oolta Cab)।কেৱল গুৱাহাটীতে নহয় অসমৰ যিকোনো জেগাতে লাভ কৰিব উল্টা কেৱ(Oolta Cab)।অসমৰ উদীয়মান যুৱ প্ৰজন্মক হাতত লৈ গুৱাহাটীত তপন কুমাৰ ভূঞাৰ নেতৃত্বত জন্ম লাভ কৰিছে এই প্ৰতিষ্ঠানটোৱে।

Back To Top