skip to Main Content

আজি গুৱাহাটী প্ৰেছ ক্লাৱত AJP আৰু অসম দিব্যাংগ মঞ্চয়ে যৌথ সংবাদমেল অনুষ্ঠিত কৰে।


মন্ত্ৰী বিমল বৰাই পৌৰ নিৰ্বাচনী ফলাফলক লৈ AJP দল আছুৰ এক পঙ্গু সন্তান,আছুৱে এটি পঙ্গু সন্তান জন্ম দিছে বুলিতাচ্ছিল্যসূচক মন্তব্য কৰিছিল এই সন্দৰ্ভত সংবাদমেল।

Back To Top