skip to Main Content

আজি গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

মহানগৰীৰ চিটি চেন্টাৰৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।ঠিতাতে নিহত হয় দ্বিজেন বৈশ্য নামৰ এজন লোক।পানী কঢ়িওৱা গাড়ীৰ খুন্দাত নিহত দ্বিজেন বৈশ্য লোকজন।পত্নীৰ সৈতে কাৰ্যালয়লৈ আহি আছিল বৈশ্য।সুৰাপান কৰি গাড়ী চলাইছিল চালকজনে।নিহত লোকজন এপ’ল হস্পিতালৰ কৰ্মৰত আছিল।

Back To Top