skip to Main Content

আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।


আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।অসম-মেঘালয় সীমা সমস্যা সৰ্ম্পকে এক আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।আলোচনাত অংশ লব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়েও।

Back To Top