skip to Main Content

আজি মহানৱমী।

আজি শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী। প্ৰবাদ মতে মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে আজি লৈছিল মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজখনৰ আজি আছিল অন্তিম দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰিছিল মহিষাসুৰক। আৰু দশমীৰ পুৱাই বধ হৈছিল মহিষাসুৰ। নৱমীৰ দিনটো সমগ্ৰ ভাৰতত বিভিন্ন ধৰণেৰে পালন কৰা হয়।

Back To Top