skip to Main Content

আজি মহালয়া।

আজি শুভ মহালয়া। ঘোঁৰাত উঠি ধৰালৈ আগমন ঘটিল দুৰ্গতি নাশিনী মা দুৰ্গাৰ। সমান্তৰালকৈ পুৱাৰে পৰা মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ।

Back To Top