skip to Main Content

আজি মহা অষ্টমী

আজি মহা অষ্টমী। পূজামণ্ডপ, দেৱ-দেৱালয়ত পুৱাৰে পৰা ভক্তৰ ভিৰ। আজি পুৱাৰে পৰা অনুষ্ঠিত অষ্টমী পূজা। নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত হোৱা সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়োৱা হয়।

Back To Top