skip to Main Content

আজি মাতৃ দিৱস


প্ৰত্যেকবছৰে ৮মে’ৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰা হয়।বিশ্বৰ প্ৰত্যেক গৰাকী মাতৃলৈ সন্মান যাচি আজিৰ দিনটোত পালন কৰা হয় মাতৃ দিৱস।সন্তানক তুলি তালি ডাঙৰ দীঘল কৰি এজন ভাল মানুহ বনোৱাৰ অন্তৰালত নিহিত হৈ থাকে মাতৃৰ মৰম তথা অশেষ কষ্ট।শাস্ত্ৰত কৈছে যে “মাতৃ দেৱো ভৱ”।

Back To Top