skip to Main Content

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ”


আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ”।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ।বিগত দুটা বছৰ ক’ভিডৰ কাৰণে আন সকলো উৎসৱৰ লগতে পালন কৰিব পৰা নাছিল “ঈদ উল ফিতাৰ”।

Back To Top