skip to Main Content

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়।সৰু সৰু ল’ৰা-ছোৱালী সকলৰ মাজত এই প্ৰৱনতা বৰকৈ দেখিবলৈ পোৱা যায়।শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকল যাতে সজাগ হয় তাৰ বাবেই অনুষ্ঠিত উক্ত সজাগতা সভাখন।

Back To Top