skip to Main Content

আজি Bill Mart আৰু MSMEৰ এক সংবাদমেল অনুষ্ঠিত হয় হোটেল ৰেইনচ ইন ত


আজি Bill Mart আৰু MSMEৰ এক সংবাদমেল অনুষ্ঠিত হয় হোটেল ৰেইনচ ইন ত।কৰ’ণাৰ সময়ত সকলো ব্যৱসায় বেয়া হৈ গৈছিল যদিও লাহে লাহে সকলো ঠিক হোৱাৰ বাবে Bill Mart আৰু MSMEয়ে মিলি অসমত ব্যৱসায় কৰিব বিচাৰিছে।যিকোনো ব্যৱসায় কেনেকে কৰিব পাৰি,তেওঁলোকে তাৰ বাবে প্ৰশিক্ষণো প্ৰদান কৰিব।

Back To Top