skip to Main Content

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটীবাসীৰ পানীৰ সমস্যাৰ ওপৰত আলোচনা কৰা হয় উক্ত সংবাদমেলত।ফাগুণ,চ’ত মাহত প্ৰায় সকলো লোকৰে কুঁৱা শুকাই যায়।গতিকে গুৱাহাটীবাসী সকলো লোকে যাতে পানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্হা নহয় তাৰ এটা স্হায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ DCৰ লগতে GMC Commissionৰ গৰাকীয়ে।

Back To Top