skip to Main Content

আজি GMCৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন


আজি GMCৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন।অন্তিমটো দিনত উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থী লগতে সমৰ্থক ভিৰ কৰা দেখা গ’ল।বহু ৱাৰ্ডৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।নিৰ্বাচনত জয়ী হৈ ৱাৰ্ডসমূহৰ জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি।

Back To Top