skip to Main Content

আম আদমি পাৰ্টীত যোগ দিব ৰাইজৰ দলৰ কেইবাগৰাকী নেতাই


আম আদমি পাৰ্টীত কেইবাগৰাকী নেতাই যোগ দিব ৰাইজৰ দলৰ।সদ্য পদত্যাগী কমল কুমাৰ মেধিৰ নেতৃত্বত যোগদান কৰিব।নতুন দিল্লীস্হিত আপৰ কাৰ্যালয়ত অনুস্হিত হ’ব যোগদান কাৰ্যসূচী।সন্ধিয়া ৭বজাত কেজৰিৱালৰ সৈতে মিলিত হ’ব আটাইকেইজন নেতা।

Back To Top