skip to Main Content

আহি আছে 5G

  • Tech

অক্টোবৰ মাহত মুকলি হ’ব 5G সেৱা। কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে এই কথা। 5G স্পেকট্ৰামৰ ৭ দিন যোৰা নিলাম প্ৰক্ৰিয়াৰ অন্তত মুকলি কৰা হৈছে এই ঘোষণা।

Back To Top