skip to Main Content

ইংৰাজী ভাষাত শ্ৰীমদ্ভাগৱত

তাঁতশালত ইংৰাজী ভাষাত শ্ৰীমদ্ভাগৱত লিখি উলিয়াইছে মৰাণৰ শিপিনী হেমপ্ৰভা চুতীয়াই। মহাত্মা গান্ধীয়ে কৈছিল- “অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে”। এই কথাষাৰৰ সত্যতা আকৌ এবাৰ যেন প্ৰমাণিত হ’ল।

Back To Top