skip to Main Content

উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু

  • Assam


উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু।বিহুৰ লগতে স্বদেশ অধ্যয়ন পাঠ্যক্ৰমো আঁতৰিলে চৰকাৰে।ঢাক-ঢোল বজাই উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল বিহুৰ পাঠ্যক্ৰম। পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

Back To Top