skip to Main Content

উজান বজাৰস্হিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা


আজি অঙ্গনৱাড়ী কৰ্মী তথা সহায়িকা সকলে উজান বজাৰস্হিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী সমূহ যাতে চৰকাৰে মানি লয় ,তেওঁলোকৰ মজুৰি সমূহ যাতে বৃদ্ধি কৰে তাৰ ওপৰি অৱসৰৰ সময়সীমা ৬০ বছৰৰ ঠাইত ৬৫বছৰ কৰে তাৰ পৰিপ্ৰেক্ষিততেই এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

Back To Top