skip to Main Content

উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা।

ব্যাপক প্ৰস্তুতিৰে উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা। ২:৫০ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে সভাপতি ভৱেশ কলিতাই। উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হয় এই সভা। পতাকা উত্তোলন ৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে কেন্দ্ৰীয় সহ প্ৰভাৰী পৱন শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী য়ে।

Back To Top