skip to Main Content

উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘north east on wheels’ অভিযান


উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘north east on wheels’ অভিযান।৭৫ বাইক আৰোহীয়ে অতিক্ৰম কৰিব ১লাখ কিঃমিঃ। ‘আজাদী কা অমৰীত মহোৎসৱ’ উপলক্ষে ৮ ৰাজ্য কৰিব ভ্ৰমণ। ৯ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চলিব অভিযান। ৯ এপ্ৰিলৰ পুৱা খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব ফ্লেগ অফ। ১৭ এপ্ৰিলত  কটন ইউনিভাচিটী প্ৰেক্ষাগৃহত ৰাজ্যপাল জগদীশ মুখীৰ উপষ্ঠিতিত অভিযানৰ সামৰণি।

Back To Top