skip to Main Content

উপায়ুক্ত পল্লৱ গোপাল ঝা ৰ এক সংবাদমেল অনুষ্ঠিত হয় দি চি অফিচত

উপায়ুক্ত পল্লৱ গোপাল ঝা ৰ এক সংবাদমেল অনুষ্ঠিত হয় দি চি অফিচত।তেওঁলোক পৌৰ সভা নিৰ্বাচনৰ বাবে সাজু হৈছে।১৯ এপ্ৰিলত GMCৰ ৬০টা ৱাৰ্ডত নিৰ্বাচন।মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ।মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭লাখ ৯৬ হাজাৰ ৮২৯ গৰাকী।সৰ্বমুঠ ৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব নিৰ্বাচন।

Back To Top