skip to Main Content

উপ-নিৰ্বাচনৰ ৩টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।

উপ-নিৰ্বাচনৰ ৩টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।মৰিয়নীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰূপজ্যোতি কুৰ্মীক।ভৱানীপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ফণী তালুকদাৰক।

থাওৰাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুশান্ত বৰগোহাঁইক।

Back To Top