skip to Main Content

এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ’ল ভাৰতীয় হকী টিম


এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ’ল ভাৰতীয় হকী টিম।এছিয়া কাপ ২০২২ৰ ভাৰতীয় হকী টিমে ব্ৰঞ্জৰ মেডেল জয়ী কৰিবলৈ সক্ষম হয়।জাৰ্কাতাত অনুষ্ঠিত খেলখনত ভাৰতীয় দলে জাপানক ১-০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়।

Back To Top