skip to Main Content

এজাক বৰষুণতে উটি গ’ল গুৱাহাটী মহানগৰীৰ আভিজাত্য


এজাক বৰষুণতে উটি গ’ল গুৱাহাটী মহানগৰীৰ আভিজাত্য।মহানগৰীৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানপানী।জি এছ ৰোড,চান্দমাৰি,ভঙাগড়,লাচিত নগৰ,জু ৰোড সকলোতে কেৱল পানী।মুষলধাৰ বৰষুণত স্তব্ধ জনজীৱন।

Back To Top