skip to Main Content

এতিয়াৰে পৰা মাতৃভাষা হিচাপে ৪টা নতুন ভাষা অন্তভূক্ত কৰা হ’ল।


এতিয়াৰে পৰা মাতৃভাষা হিচাপে অন্তভূক্ত কৰা হ’ল ৪টা নতুন ভাষা।মাতৃভাষা হিচাপে অন্তভূক্ত কৰা ভাষাকেইটা হৈছে-তিৱা,দেউৰী,মিচিং আৰু ৰাভা ভাষা।বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

Back To Top