skip to Main Content

এন এফ ৰে’লৱেৰ সদৰ কাৰ্যালয়ৰ সন্মুখত চি পি আই(এম)ৰ প্রতিবাদ


গুৱাহাটীৰ মাজ মজিয়াত থকা ৫৮ বিঘা মাটি ৰে’ল কৰ্তৃপক্ষই ব্যক্তিগত ব্যৱসায়ীক পানীৰ দামত গতাই দিয়াৰ প্ৰতিবাদত বুধবাৰে চি পি আই(এম)ৰ উদ্যোগত মালিগাঁওস্থিত এন এফ ৰে’লৱেৰ সদৰ কাৰ্যালয়ৰ ২নং গেটৰ সন্মুখত এক প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰে।

Back To Top