skip to Main Content

কটন মহাবিদ্যালয় চৌহদত প্ৰতিবাদ

  • Assam


ৰাজ্যত একেবোৰ ঘটনাৰ পুনৰাবৃত্তি।যোৰহাটৰ ঘটনাক গৰিহণা দি কটন মহাবিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মুখত কলা কাপোৰ পিন্ধি কৰিলে প্ৰতিবাদ।

Back To Top