skip to Main Content

ক’ভিডত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী


ক’ভিডত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী।তেওঁৰ সৈতে বৈঠকত বহা বহুকেইজন নেতাও ইতিমধ্যে ক’ৰণাত সংক্ৰমিত হৈছে।কংগ্ৰেছৰ প্ৰবক্তা ৰণদ্বীপ ছুৰজেৱালাই প্ৰকাশ কৰিছে এই তথ্য।

Back To Top