skip to Main Content

ক’ভিডত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ


ক’ভিডত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ।সম্প্ৰতি মুম্বাইৰ ব্ৰীচকেন্দী হাস্পাতালত চিকিৎসাধীন লতা মংগেশকাৰ। ICUত ৰখা হৈছে লতা মংগেশকাৰক।

Back To Top