skip to Main Content

ক’ভিডত আক্ৰান্ত হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী কাজল।


এজনৰ পিছত আনজন আক্ৰান্ত হৈছে ক’ভিডত।ইতিমধ্যে বহুতৰে দেহত ধৰা পৰিছে ক’ভিড-১৯।এইবাৰ ক’ভিডত আক্ৰান্ত হ’ল বলিউডতৰ মোহময়ী অভিনেত্ৰী কাজল। তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাই।

Back To Top