skip to Main Content

ক’ভিডৰ মাজতে আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা


ক’ভিডৰ মাজতে আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা।জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন।পাহাৰৰ পৰা ভৈয়ামলৈ মামা-মামী হ’ত নামি আহি আৰম্ভ কৰিছে বিনিময় প্ৰথা।পুৱতি নিশাৰে পৰা আৰম্ভ কৰিছে বিনিময় প্ৰথা।ক’ভিডৰ বাবে অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে জোনবিল মেলা।

Back To Top