skip to Main Content

ক’ভিডৰ মাজতে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা,অসমত লকডাউন নহয়


ভয়ংকৰ ৰূপত পুনৰ আহিছে ক’ভিড।বহুকেইজন ধৰা পৰিছে ক’ভিডত আক্ৰান্ত ৰোগী।সকলোৰে মনত প্ৰশ্নও উত্থাপন হৈছিল যে পুনৰ হ’ব নেকি লকডাউন?কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসমত লকডাউন নহয়।সকলোৱে ক’ভিড প্ৰট’কল সুন্দৰভাৱে পালন কৰি কাম কৰিলে লকডাউনৰ দৰকাৰ নাই।

Back To Top